Donate
প্ৰতীক্ষাপ্ৰতীক্ষাৰত

প্ৰতীক্ষালয় (Assamese) [ Roman: pro.ti.khya.loy]
Contributed by: Partha P Sarmah on 2010-04-29
1. (Common Noun-Neuter) a room provided for persons who have to wait say for a doctor, in an airport, railway station etc. কাৰোবালৈ/কিহবালৈ ৰৈ থাকোতে জিৰণি লবৰ বাবে বা ব্যৱহাৰ কৰিবলৈ দিয়া কোঠা , যেনেঃ ৰেইল ষ্টেশ্যন, বিমান কোঠ আদিত যাত্ৰী ৰবলৈ দিয়া কোঠা৷

Description
English: anteroom, waiting room,
Assamese: জিৰণি কোঠা, প্ৰতীক্ষালয়

Related Idea:

a. Common Noun-Common: caravansary, guest-house, hotel, inn, khan...