পুঁজি (Assamese) [ Roman: pu~.ji]
    Ref: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা
    1. (Abstract Noun) a monetary resource, preserved for future use or accumulated for a specific purpose. ভৱিষ্যতৰ বাবে সংৰক্ষিত বা নিৰ্দ্দিষ্ট উদ্দেশ্যৰে সংগৃহীত আৰ্থিক সম্পদ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-29
    2. (Abstract Noun) A group of things placed or thrown, one on top of the other. একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তুৰ সমষ্টি ।