পাখি-কলম (Assamese) [ Roman: pa.khi-ko.lom]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Ranjita Pegu on 2007-05-04
    1. (Material Noun-Neuter) The hollow stemlike main shaft of a feather cut at the end to act as pen-nib in olden days পুৰণি কালত চৰাইৰ পাখিৰ মূল গা-অংশৰ এটা মূৰ জোঙাকৈ কাটি তৈয়াৰ কৰি লোৱা লিখন সঁজুলি
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-05-04
    2. (Material Noun-Neuter) a pen made from a bird's feather, used in the past. আগৰ দিনত লিখিবৰ কাৰণে চৰাইৰ পাখিৰে তৈয়াৰ কৰা এবিধ কলম৷