দিগন্তৰেখাদিগভ্ৰম
দিগবলয় (Assamese) [ Roman: dig.bo.loy]
alt: দিকবলয়
Contributed by: ৰূপকমল on 2007-03-30
English: horizon,
Assamese: আকাশপ্ৰান্ত, ক্ষিতিজৰেখা, ক্ষিতিৰেখা, গগনপ্ৰান্ত, গগনান্তৰাল, চক্ৰৱাল, দিকচক্ৰবাল, দিকৰেখা, দিগন্ত, দিগন্তৰেখা, দিগবলয়, দিগমণ্ডল, দিঙমণ্ডল,
Bodo: फैसालि,
Deori: আচি য়াতা
দিগবলয় (Assamese) [ Roman: dig.bo.loy]
alt: দিকবলয়
Contributed by: ৰূপকমল on 2007-03-30
1. (Abstract Noun) The apparent intersection of the earth and sky as seen by an observer আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
Assamese: আকাশপ্ৰান্ত, ক্ষিতিজৰেখা, ক্ষিতিৰেখা, গগনপ্ৰান্ত, গগনান্তৰাল, চক্ৰৱাল, দিকচক্ৰবাল, দিকৰেখা, দিগন্ত, দিগন্তৰেখা, দিগবলয়, দিগমণ্ডল, দিঙমণ্ডল,
Bodo: फैसालि,
Deori: আচি য়াতা