দত্তক সন্তানদত্তাপহাৰী
দত্তক-পুত্ৰ (Assamese) [ Roman: dot.tok-put.ro]
Contributed by: Biraj Kumar Kakati on 2008-04-03
English: adopted son, adoptee, foster son, foster-son,
Assamese: তোলনীয়া পুত্ৰ, তোলনীয়া পো, দত্তক-পুত্ৰ, পুত্ৰকৃতক, পোষ্য-পুত্ৰ,
Bodo: खांजानाय, खोरनिया,
Deori: য়পায়া
দত্তক-পুত্ৰ (Assamese) [ Roman: dot.tok-put.ro]
Contributed by: Biraj Kumar Kakati on 2008-04-03
Ref: আধুনিক অসমীয়া শব্দকোষ
1. Art and Culture(Common Noun-Masculine) Someone who is raised as a son although not related by birth. জন্মগতভাৱে পুত্ৰ নহয় অথচ তুলি-তালি ডাঙৰ দীঘল কৰি পুত্ৰ হিচাবে গ্ৰহণ কৰা সন্তান |Assamese: তোলনীয়া পুত্ৰ, তোলনীয়া পো, দত্তক-পুত্ৰ, পুত্ৰকৃতক, পোষ্য-পুত্ৰ,
Bodo: खांजानाय, खोरनिया,
Deori: য়পায়া