Donate
ছই হাৱছক্

ছকোৱা (Assamese) [ Roman: so.ko’.wa]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-28
1. (Material Noun-Neuter) privacy fence made by making slits to open bamboo poles vertically and then support them by bamboo poles বাঁহৰ খুটাত বান্ধি ফলা বাঁহেৰে তৈয়াৰ কৰা এক বেৰা যি বিশেষকৈ ব্যক্তি বা পৰিয়ালৰ গোপনীয়তা ৰক্ষাৰ বাবে তৈয়াৰ কৰা হয়।