চেৰেকী (Assamese) [ Roman: se.re.ki]
    n: উঘা
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Dwipen Boruah on 2007-10-31
    1. (Material Noun-Neuter) A contrivance for winding thread in handloom industry; used to keep the thread bunches prior to winding on the ugha. Chereki's are also made of bamboo. উঘাতকৈ ডাঙৰ এবিধ সূতা মেৰোৱা যতন; উঘাত সূতা মেৰোৱাৰ আগতে সূতাৰ লেচাবোৰ চেৰেকীত সজাই লোৱা হয় | উঘাৰ দৰে চেৰেকীবোৰো বাঁহেৰে সজা হয় |