একণীয়া (Assamese) [ Roman: e.ko.ni.ya]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-12-26
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Proper Adj.-Common) having one ear or hearing by one ear only. যাৰ এখন কাণ আছে বা যি এখন কাণেৰে শুনে।
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-12-26
    2. (Proper Adj.-Common) one not matching with another যোৰৰ এটা আনটোৰ তুল্য নোহোৱা; যেনে, বিযোৰ মতা তিৰোতাৰ সুখ নহয় ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-12
    3. (Proper Adj.-Masculine) having or appearing to have only one testis মাত্ৰ এটা অণ্ড বা কোঁহ থকা