উন্মোচন (Assamese) [ Roman: un.mo`.son]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-17
    1. (Verbal Noun) the act of issueing books, films etc. for general exhibition or availability. কিতাপ, চিনেমা আদি সাধাৰণ পঠন বা দৰ্শনৰ বাবে মুকলি কৰা কাৰ্য্য।