আকণ (Assamese) [ Roman: a.kon]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-14
1. Plants(Proper Noun-Neuter) A species of Calotropis native to Cambodia, It has clusters of waxy flowers that are either white or lavender in colour.
সংস্কৃতত ‘অৰ্ক’ ফুল বুলি কয়, ইয়াৰ দুটা প্ৰজাতি আছে, শিৱৰ উপাসনাৰ বাবে ব্যৱহাৰ কৰে, কামদেৱৰ পাচ শৰৰ ভিতৰত আকনৰ ৰস সনা শৰ বিধো আছে৷ কামদেৱৰ বন্দনাত ইয়াৰ বৰ্ননা আছে৷
English:
Assamese:
