আঁক (Assamese) [ Roman: a~k Origin: সং. অঙ্ক; হি. আঁক (হেম১৩)]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-03
    1. (Material Noun-Neuter) a mark or stroke long in proportion to its breadth, made with a pen, pencil, tool, etc., on a surface কোনো পৃষ্ঠৰ ওপৰত কলম, পেঞ্চিল বা তেনে সঁজুলিৰে অঁকা দাগ, যাৰ দীঘ প্ৰস্থ অনুপাতে বেছি

    Example Sentences:

    1. কাগজ খিলাত কলমৰে দুটা আঁক দিয়া আছে।