XarucharaiXaukadhara
xatpakhali (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-30
xatpakhali (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-30
1. Place(Proper Noun-Neuter) A place in Rampur Block of Kamrup district. It is name of a village and village panchayat.
দক্ষিণ কামৰূপৰ এখন গাঁও আৰু গাঁও পঞ্চায়তৰ নাম৷ ইয়াত চান্দ সদাগৰৰ দিনৰ সাতটা খুবলী বা পখলী উদ্ধাৰ হোৱা বুলি কয়৷ এইকেইটাৰ অস্তিত্ব এতিয়া অৱশ্যে নাই৷