worth knowingworthlessness
worthless (English) [ IPA: ˈwərθləs ASM: ৱৰ্থলেচ]
adj: worth
Contributed by: Biraj Kumar Kakati on 2007-05-25
English: nugatory, worthless,
Assamese: অনাত্মা, অন্তঃসাৰশূন্য, অশ্বাশ্বত, আউফা bo , ফচহু, বাৰেবিংকৰা, ভচহু, মূল্যহীন, লাকলঙীয়া,
Bodo: फेलें,
Garo: cholija,
Deori: আচ্তু, বকৰা, লাপি-লুপা
Contributed by: Biplab Boro on 2007-05-25
English: worthless,
Assamese: অকাজভাগী, অকামিলা, অকাল কুষ্মাণ্ড, অকৰ্মণ্য, অপগণ্ড, অপদাৰ্থ, অপোগণ্ড, অভাজন, অসাঠনী, আলাবাদু, এলাংএথাং, এলাইজাবৰী, এলাইবাদু, এলাবাং, এলাবাদু, কেলেপা, খাই-গাহৰি, গৰ-লায়ক, চহাল, ছেলোমণি, ধুমুৰা, ধুম্ৰা, নালায়ক, নালায়েক, নেচন, ভতুৱা, ৰদী, ৰদ্দী,
Bodo: उदायै,
Nagamese: ilagi,
Deori: এলেবাং, কিতাং, গৰিয়া-কুৰুবা
worthless (English) [ IPA: ˈwərθləs ASM: ৱৰ্থলেচ]
adj: worth
Contributed by: Biraj Kumar Kakati on 2007-05-25
1. (Proper Adj.-Neuter) without any value or merit কোনো মূল্য নথকা
Assamese: অনাত্মা, অন্তঃসাৰশূন্য, অশ্বাশ্বত, আউফা bo , ফচহু, বাৰেবিংকৰা, ভচহু, মূল্যহীন, লাকলঙীয়া,
Bodo: फेलें,
Garo: cholija,
Deori: আচ্তু, বকৰা, লাপি-লুপা
Contributed by: Biplab Boro on 2007-05-25
2. (Proper Adj.-Common) one who is not worth of doing anything. কামৰ অযোগ্য, একো নজনা।