welcomedwell welfare (English) [ IPA: ˈwelˌfer ASM: ৱেলফেয়াৰ] 1. (Abstract Noun) the general good of a community or a person. এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল। English: goodness, weal, welfare, Assamese: অভ্যুদয়, অৰিষ্ট, ঋদ্ধি, কল্যাণ, কুশল, ক্ষেম, নিঃশ্ৰেয়স, ভদ্ৰ, ভবিক, মংগল, যোগক্ষেম, শম, শিৱ, শুভ, হিত, Bodo: गाहामथि, मोजां गुन, सुबुं अनफावरि, हामजाथि, Hindi: कल्य़ाण, Tiwa: kumun sholon