toilik (Mising) [ Roman: toi.lik]
Contributed by: Himasri Das on 2023-01-10
1. (Verb-Trans.) to transfer the ownership of something; to present voluntarily. কোনো বস্তুৰ মালিকীস্বত্ত্ব হস্তান্তৰ কৰা; নিজ ইচ্ছাত উপহাৰ দিয়া।
Contributed by: Himasri Das on 2023-01-10
2. (Verb-Trans.) Send off to a destination or for a purpose. কোনো গন্তব্য স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰ্; যেনেঃ পত্ৰ প্ৰেৰণ কৰ্।