tillering (English)
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-01
    1. Botany(Verbal Noun) the process by which grasses and cereal crops (like wheat, rice, corn, and barley) produce lateral stems or shoots from the base of the main plant ঘাঁহ আৰু আন খাদ্যশস্য (যেনে গম, ধান, মাকৈ আৰু যৱ আদি)ৰ মূল গছৰ গুৰিৰপৰা পাৰ্শ্বীয় কাণ্ড বা নতুন গঁজালি উৎপাদন কৰাৰ প্ৰক্ৰিয়া৷