tickle (English) [ IPA: ˈtɪkəl ASM: টিকল]
    Contributed by: Partha P Sarmah on 2007-08-19
    1. (Verb-Trans.) to move one's fingers on a sensitive part of somebody's body to make them laugh হাঁহি উঠুৱাবলৈ কাৰোবাৰ শৰীৰৰ সংবেদনশীল অংগ যেনে কাষলতি আদিত আঙুলিৰে (মিহিকৈ) সুৰসুৰাই দিয়া
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-08-19
    2. (Abstract Noun) the sensation felt when tickled. কাষলতিৰ তল বা গাৰ আন কোনো অংশত হাত ফুৰালে উঠা সুৰসুৰণি ৷