studiostudy
studious (English) [ IPA: ˈstuːdiːəs ASM: ষ্টুডিয়াচ]
Contributed by: Partha P Sarmah on 2007-09-01
English: studious,
Assamese: অধ্যয়ন-পিয়াসী, অধ্যয়নশীল, বিদ্যানুৰক্ত, বিদ্যানুৰাগী, বিদ্যাসক্ত, বিদ্যোৎসাহী
studious (English) [ IPA: ˈstuːdiːəs ASM: ষ্টুডিয়াচ]
Contributed by: Partha P Sarmah on 2007-09-01
1. (Proper Adj.-Common) devoted to study; spending a lot of time studying and reading পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি