story writerstove
stout (English) [ IPA: ˈstæʊt ASM: ষ্টাউট]
Contributed by: Rupankar Mahanta on 2006-12-30
English: fleshy, roly poly, stout, thickset,
Assamese: আথলীয়া, গছাল, গাঁঠলু, ঢোপোকা, থম্থমীয়া, থুলন্তৰ, দলদলীয়া, দৰহা, ধমনা, ধুমা, নোদোকা, ভোকোন্দা, মঙহাল, মঙ্গহাল, মাদাপূৰ, লঠৰা, লোঠোৰা, হৃষ্টপুষ্ট,
Bodo: लोदो-लोदो मोदोम गोनां,
Mising: ji:por,
TAI-Ahom: কুন্ টাম্,
Tiwa: phunga,
Deori: পিচ্চুকুন, বুতুৰা, মেগা, মেজিবা, লুদুম-দুম
stout (English) [ IPA: ˈstæʊt ASM: ষ্টাউট]
Contributed by: Rupankar Mahanta on 2006-12-30
1. (Proper Adj.-Common) having a lots of flesh. গাত মাংস থকা, অৰ্থাত্ সবল মাংসপেশীৰে পৰিপূৰ্ণ।