spurioussquabble
spy (English) [ IPA: ˈspaɪ ASM: স্পাই]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-17
English: secret agent, spy,
Assamese: গুপ্তচৰ, গুপ্তদূত, চোৰাংচোৱা, চৰ, চৰিয়া, পৰীয়া, ফুৰা, সঁজাতী, ৰিপুৱা,
Bodo: थांदिंग्लां, संगालि, संगाली,
Mising: magro,
Bangla: গুপ্তচর, চর,
Deori: হামকিয়া নিয়া, ৰিপুৱা নিয়া
b. Common Noun-Common: investigator, অনুসন্ধানকাৰী, অন্বেষক, অন্বেষণকাৰী, তদন্তকাৰী...
spy (English) [ IPA: ˈspaɪ ASM: স্পাই]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-17
1. (Common Noun-Common) an agent employed by a state to obtain secret information from an enemy state or rebel groups শত্ৰু দেশ বা বিদ্ৰোহী শিবিৰৰ বিষয়ে গোপন তথ্য আহৰণ কৰাৰ কাৰণে ৰাষ্ট্ৰই নিযুক্তি দিয়া লোক
Assamese: গুপ্তচৰ, গুপ্তদূত, চোৰাংচোৱা, চৰ, চৰিয়া, পৰীয়া, ফুৰা, সঁজাতী, ৰিপুৱা,
Bodo: थांदिंग्लां, संगालि, संगाली,
Mising: magro,
Bangla: গুপ্তচর, চর,
Deori: হামকিয়া নিয়া, ৰিপুৱা নিয়া
Related Idea:
a. Common Noun-Common: detective, চোৰাংচোৱা...b. Common Noun-Common: investigator, অনুসন্ধানকাৰী, অন্বেষক, অন্বেষণকাৰী, তদন্তকাৰী...