remains (English) [ IPA: rɪˈmeɪnz ASM: ৰিমেইনচ]
    Contributed by: Manoj Kumar Barma on 2006-04-21
    1. (Abstract Noun-Neuter) What is left after other parts have been used or removed আন অংশবোৰ ব্যৱহাৰ কৰা বা আঁতৰোৱাৰ পাছত ৰৈ যোৱা অংশ
    English:
    Mizo (Lushai):
    Karbi:
    Contributed by: Rupankar Mahanta on 2006-04-21
    2. (Material Noun-Neuter) a part of something that is left after using, removing or destroying the bigger part. কোনো বস্তু ব্যৱহাৰ,ধ্বংস কৰা বা আঁতৰোৱাৰ পিছতো ৰৈ যোৱা অংশবিশেষ|