orsuortho
ort (English) [ IPA: ˈɔrt ASM: অৰ্ট]
Contributed by: ৰূপকমল on 2007-03-02
English: ort,
Assamese: অন্নশেষ, উচ্ছিষ্ট, উচ্ছিষ্টান্ন, উৎসৃষ্ট, এৰেহা, চুৱা, জুঠা, ভক্ষ্যাৱশেষ, ভুক্তাৱশিষ্ট, ভুক্তাৱশেষ,
Bodo: खालाय,
TAI-Ahom: ছাক, লূ
ort (English) [ IPA: ˈɔrt ASM: অৰ্ট]
Contributed by: ৰূপকমল on 2007-03-02
1. (Material Noun-Neuter) The remnant of food eaten; portion of food left after eating. খোৱাৰ পিচত ৰৈ যোৱা অথবা এৰি অহা খাদ্যভাগ ৷
Assamese: অন্নশেষ, উচ্ছিষ্ট, উচ্ছিষ্টান্ন, উৎসৃষ্ট, এৰেহা, চুৱা, জুঠা, ভক্ষ্যাৱশেষ, ভুক্তাৱশিষ্ট, ভুক্তাৱশেষ,
Bodo: खालाय,
TAI-Ahom: ছাক, লূ