oppressiveopprobrium
oppressor (English) [ IPA: oppressor ASM: অপ্ৰেচৰ]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-16
English: oppressor,
Assamese: অত্যাচাৰকাৰী, অত্যাচাৰী, উপদ্ৰৱ্কাৰী, উৎপীড়ক, উৎপীড়নকাৰী, জুলুমবাজ
oppressor (English) [ IPA: oppressor ASM: অপ্ৰেচৰ]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-16
1. (Common Noun-Common &/or Masculine) one who treat in a very harsh and unfair way. দুষ্ট ব্যৱহাৰকাৰী, অন্যায় আচৰণ কৰোঁতা ।