needlenose fishneedlessness
needless (English) [ IPA: ˈniːdləs ASM: নিডলেচ]
adj: need
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-19
English: needless, unessential, unnecessary, useless,
Assamese: অখাতিৰ, অদৰকাৰী, অদৰ্কাৰী, অনাৱশ্যকীয়, অপহুতা, অপ্ৰয়োজনীয়, অলাগতিয়াল, এসাজী, গেৰণিয়া, নলগা, নিষ্প্ৰয়োজনীয়, বাজে, বাৰেবাংকৰা,
Bodo: खामानि गैयि,
Mising: kaboma:,
Karbi: Aleh kave, Asai kave, kenangne,
Deori: বাকিৰে, বাজে
needless (English) [ IPA: ˈniːdləs ASM: নিডলেচ]
adj: need
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-19
1. (Proper Adj.) without or no longer in need or requirement of প্ৰয়োজন নোহোৱা বা কামত নলগা