misbehaviourmiscellaneous
miscarriage (English)
Contributed by: Webmaster-II on 2017-10-04
English: abortion, feticide, foeticide, miscarriage,
Assamese: গৰ্ভ-নাশ, গৰ্ভচ্যুত, গৰ্ভচ্যুতি, গৰ্ভপাত, গৰ্ভস্খলন, গৰ্ভস্ৰাৱ, বিনচ, ভ্ৰূণহত্যা,
Bodo: गोर्बो खोलै, फेलें,
Karbi: oso chevar,
Rabha: খছ্ৰক্ছিনি,
Deori: কুজিবা
miscarriage (English)
Contributed by: Webmaster-II on 2017-10-04
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Abstract Noun) Natural or (esp.) an induced expulsion of foetus from the womb before it is able to survive independently স্বতন্ত্ৰভাৱে জীয়াই থাকিব পৰা হোৱাৰ আগেতে স্বাভাৱিকভাৱে বা (বিশেষকৈ) কৃত্ৰিমভাৱে বলপূৰ্বক, জৰায়ুৰ পৰা ভ্ৰূণ বাহিৰ কৰি দিয়াAssamese: গৰ্ভ-নাশ, গৰ্ভচ্যুত, গৰ্ভচ্যুতি, গৰ্ভপাত, গৰ্ভস্খলন, গৰ্ভস্ৰাৱ, বিনচ, ভ্ৰূণহত্যা,
Bodo: गोर्बो खोलै, फेलें,
Karbi: oso chevar,
Rabha: খছ্ৰক্ছিনি,
Deori: কুজিবা