learning (English) [ IPA: ˈlərnɪŋ ASM: লাৰ্নিং]
    Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-10-16
    1. (Abstract Noun) knowledge acquired by study or academic attainments of a scholar; the profession of a pandit or teacher. অধ্যয়নৰ জৰিয়তে অৰ্জা জ্ঞান অথবা পণ্ডিতৰ বিদ্যায়তনিক অৰ্হতা; শিক্ষক বা পণ্ডিতৰ বৃত্তি৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-12-08
    2. (Verbal Noun) the act or process of acquiring knowledge or skill জ্ঞান অথবা কৰ্মদক্ষতা আহৰণ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া