lac (English) [ IPA: ˈlæk ASM: লেক]
Contributed by: Bikram M Baruah on 2007-07-05
1. (Abstract Noun) The number hundred thousand or 100,000. This is widely used in the Indian subcontinent. এশ হাজাৰ সংখ্যাটো৷ এই সংখ্যাটো ভাৰত উপ-মহাদেশত বহুলভাৱে ব্যৱহৃত হয়৷
lać (Santali)
Contributed by: Joy Sagar Murmu on 2024-06-16
3. Anatomy(Material Noun-Neuter) the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷