injuredinjury
injurious (English) [ IPA: ɪnˈdʒʊriːəs ASM: ইনজুৰিআচ]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-01
English: deleterious, detrimental, harmful, injurious, malign,
Assamese: অনিষ্টকাৰক, অনিষ্টকাৰী, অনিষ্টকৰ, অনিষ্টজনক, অনুপকাৰী, অপকাৰ-কৰোঁতা, অপকাৰক, অপকাৰী, অভিচাৰী, অমংগলকাৰী, অমঙ্গলকাৰী, অহিতকাৰী, অহিতকৰ, ক্ষতিকাৰক, ক্ষতিজনক, ক্ষয়ংকৰ, মন্দকাৰী, হানিকাৰক,
Bodo: खहा खालामग्रा, खहा गोनां, हानि खालामग्रा, हानि गोनां,
Khasi: kren sniew
injurious (English) [ IPA: ɪnˈdʒʊriːəs ASM: ইনজুৰিআচ]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-01
1. (Proper Adj.-Common) able to cause harm or hurt হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷