graffitograh
graft (English) [ IPA: ˈgræft ASM: গ্ৰাফট]
Contributed by: Bikram M Baruah on 2021-07-05
English: bribe, graft, kickback,
Assamese: আইঠাold , উপঢৌকন, উপায়ন, উৎকোচ, ঘোঁচ, ঘোচ, ঘোচ-ঘাচ, ভাৰ-ভেঁটী, ভাৰি, ভেঁটী, ভেটি, মেঠ,
Bodo: गुस, घुस,
Nagamese: ghu, ghus,
TAI-Ahom: নিপ্, হাৱ,
Hindi: उत्कोच,
Deori: দিবৰু-দুদুৰে, দিৰবু-হাৰেবা, দুদুৰে
graft (English) [ IPA: ˈgræft ASM: গ্ৰাফট]
1. (Verb-Trans.) to insert into a tree or other plant; insert a scion of one plant into another plant গছৰ ডালৰ পৰা তৈয়াৰ কৰা এক নতুন গোঁজ আন এডাল গছৰ খোৰোং বা গা-গছত গুঁজি দে
Contributed by: Bikram M Baruah on 2021-07-05
2. (Abstract Noun-Neuter) Money or gift given or taken in return of undue favour প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ