foxnut (English)
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-08-29
    1. Plants(Proper Noun-Common) a species of water lily found in southern and eastern Asia, and the only extant member of the genus Euryale. The edible seeds, called fox nuts or gorgon nuts, are dried and eaten predominantly in Asia দক্ষিণ আৰু পূব এছিয়াত পোৱা এবিধ জলজ উদ্ভিদ, আৰু ইউৰায়েল গণৰ একমাত্ৰ বৰ্তমান উপলব্ধ উদ্ভিদ৷ ইয়াৰ খাব পৰা গুটিবোৰক ইংৰাজীত ফক্স নাটছ বা গৰ্গন নাটছ বুলি কোৱা হয়৷ এই গুটিবোৰ শুকুৱাই মূলতঃ এছিয়া মহাদেশত খোৱা হয়৷