foster daughterfoster-father
foster son (English) [ IPA: ˈfɔstər ˈsən ASM: ফষ্টাৰ চন]
Contributed by: Biraj Kumar Kakati on 2008-03-19
English: adopted son, foster son, foster-son,
Assamese: তোলনীয়া পুত্ৰ, তোলনীয়া পো, দত্তক-পুত্ৰ, পুত্ৰকৃতক, পোষ্য-পুত্ৰ,
Deori: য়পায়া
foster-son (English) [ IPA: foster-son ASM: ফষ্টাৰ-চন]

1. Art and Culture(Common Noun-Masculine) Someone who is raised as a son although not related by birth. জন্মগতভাৱে পুত্ৰ নহয় অথচ তুলি-তালি ডাঙৰ দীঘল কৰি পুত্ৰ হিচাবে গ্ৰহণ কৰা সন্তান |
Assamese: তোলনীয়া পুত্ৰ, তোলনীয়া পো, দত্তক-পুত্ৰ, পুত্ৰকৃতক, পোষ্য-পুত্ৰ,
Deori: য়পায়া
foster-son (English) [ IPA: foster-son ASM: ফষ্টাৰ-চন]
Contributed by: Biraj Kumar Kakati on 2008-03-19
2. Art and Culture(Common Noun-Masculine) Someone who is raised as a son although not related by birth. জন্মগতভাৱে পুত্ৰ নহয় অথচ তুলি-তালি ডাঙৰ দীঘল কৰি পুত্ৰ হিচাবে গ্ৰহণ কৰা সন্তান |