forbiddenforce feed
force (English) [ IPA: ˈfɔrs ASM: ফ’ৰচ্]
English: force,
Assamese: বল,
Bodo: बोलो,
Garo: draa,
Karbi: bor-i, jakong
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-29
English: coerce, compel, force, press, pressurise, pressurize,
Assamese: জবৰদস্তি কৰ্, জোৰ কৰ্, জোৰ-জবৰদস্তি কৰ্, জোৰ-জুলুম কৰ্, দকা-হকা দে, বাধ্য কৰ্, হেঁচা দে,
Bodo: मावनोगोनां जानाय,
Khasi: ka bor, khem, pynbor,
Garo: dakdraata, draata,
Meeteilon: taksinba,
Deori: বল-ন, বল-লাদু, বিৰাবে
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-28
force (English) [ IPA: ˈfɔrs ASM: ফ’ৰচ্]
1. (Abstract Noun) physical power or strength possessed by sb/sth কোনো জীৱ বা বস্তুৰ শাৰীৰিক ক্ষমতা বা শক্তি
Assamese: বল,
Bodo: बोलो,
Garo: draa,
Karbi: bor-i, jakong
Different POS:
a. Proper Adj.-Neuter: forceful, ঘোৰ, দুৰ্বাদল, দুৰ্ব্বাদল, প্ৰবল...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-29
2. (Verb-Trans.) to force to do something by threatening of dare consequence if not done. নকৰিলে বেয়া পৰিণতি হোৱাৰ ভয় দেখুৱাই কোনো কাম কৰিবলৈ ক।
Assamese: জবৰদস্তি কৰ্, জোৰ কৰ্, জোৰ-জবৰদস্তি কৰ্, জোৰ-জুলুম কৰ্, দকা-হকা দে, বাধ্য কৰ্, হেঁচা দে,
Bodo: मावनोगोनां जानाय,
Khasi: ka bor, khem, pynbor,
Garo: dakdraata, draata,
Meeteilon: taksinba,
Deori: বল-ন, বল-লাদু, বিৰাবে
Different POS:
a. Abstract Noun: coercion, duress, pressure, অৱপীড়ন, চাপ...Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-28
3. Physics(Proper Adj.-Neuter) A force is a push or pull upon an object resulting from the object`s interaction with another object. Whenever there is an interaction between two objects, there is a force upon each of the objects. When the interaction ceases, the two objects no longer experience the force. কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়৷ অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক`ব পাৰি৷ বল হৈছে এটা ভেক্টৰ বা সদিশ ৰাশি, অৰ্থাৎ বলৰ মান আৰু দিশ দুয়োটা থাকে৷