excreteexcretion
excreting (English) [ IPA: ɪkˈskriːtɪŋ ASM: এক্সক্ৰিটিং]
Contributed by: Biraj Kumar Kakati on 2011-02-03
English: defaecation, excreting, excretion, voiding,
Assamese: কোষ্ঠশুদ্ধি, বিষ্ঠাত্যাগ, বিৰেচন, ভেদ, মলত্যাগ, মলভেদ, মলশুদ্ধি, শৌচ কৰা, হগা কাৰ্য্য, হাগন, ৰেচন
excreting (English) [ IPA: ɪkˈskriːtɪŋ ASM: এক্সক্ৰিটিং]
Contributed by: Biraj Kumar Kakati on 2011-02-03
1. (Abstract Noun) The act of discharging waste from the body through the anus. মলদ্বাৰৰ জৰিয়তে শৰীৰৰ বৰ্জনীয় বস্তু বাহিৰ কৰি দিয়া কাৰ্য্য