duggi (English) [ IPA: [duggi] ASM: ডুগি]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2011-09-26
    1. (Material Noun-Neuter) the metal or earthen drum in the tabla that provides the bass notes. তবলাৰ সাধাৰণতে বাওঁহাতেৰে বজোৱা মাটিৰ বা ধাতুৰ বহল অংশটো৷ মাটি বা ধাতুৰ খৌলাটোৰ ওপৰত চামৰাৰ এখন পাতল আৱৰণ থাকে৷ এই অংশটোৰ পৰা গম্ভীৰ (গুম-গুমণি তোলা) শব্দ ওলাই৷

    Description