disregardeddisreputable disrelish (English) [ IPA: dɪsˈrelɪʃ ASM: ডিচৰেলিচ]Contributed by: Ranjita Pegu on 2007-05-04 1. (Abstract Noun) Dislike or aversion for something কিহবাৰ প্ৰতি বিকৰ্ষণ বা ভাল নোপোৱা ভাৱ English: disrelish, distaste, Assamese: অনাস্তিক, অপছন্দ, অশ্ৰদ্ধা, অৰতি, অৰুচি, না-পছন্দ, বিৰাগ, মনে-নোখোৱা