dev (English)
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-18
    1. Surname(Abstract Noun) added after someone`s name to adress him in respect. কোনো ব্যক্তিক সন্মান সহকাৰে সম্বোধন কৰোতে নামৰ শেষত যোগ দিয়া হয়৷ যেনে- -বৰুৱা দেৱক দুআষাৰ কবলৈ অনুৰোধ জনালোঁ৷
    English:
    Assamese:
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-18
    2. Surname(Abstract Noun) it is used at the end of a persons name, with high dignity. অতি মহান ব্যক্তিৰ নামৰ পাছত ব্যৱহাৰ হয়৷ যেনে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ ইত্যাদি৷
    English:
    Assamese: