dependencydepersonalization
dependent (English) [ IPA: dɪˈpendənt ASM: ডিপেণ্ডেণ্ট]
Contributed by: Rupankar Mahanta on 2007-04-26
English: dependent, reliant, subordinate,
Assamese: অধঃস্থ, অধস্তন, অধীন, অনুজীৱী, আয়ত, কেলপণীয়া, তলতীয়া, নাথৱন্ত, নিৰ্ভৰশীল, পৰনিৰ্ভৰ, পৰনিৰ্ভৰশীল, পৰবশ, পৰাধীন, পৰাশ্ৰিত, পৰোপজীৱী, পৰৱশ,
Bodo: सोनारनाय,
Bangla: পরাধীন, পৰাধীন,
Nepali: निर्भर,
Deori: কুময়, চ্চুলেৰুবা, মিচ্চিয়-কুমহ, মিচ্চিয়না-হায়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-30
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
dependent (English) [ IPA: dɪˈpendənt ASM: ডিপেণ্ডেণ্ট]
Contributed by: Rupankar Mahanta on 2007-04-26
1. (Proper Adj.-Common &/or Masculine) Unable to exist without support from something else. অইনৰ অধীন বা লোকৰ সহায় সহযোগত জীয়াই থকা৷
Assamese: অধঃস্থ, অধস্তন, অধীন, অনুজীৱী, আয়ত, কেলপণীয়া, তলতীয়া, নাথৱন্ত, নিৰ্ভৰশীল, পৰনিৰ্ভৰ, পৰনিৰ্ভৰশীল, পৰবশ, পৰাধীন, পৰাশ্ৰিত, পৰোপজীৱী, পৰৱশ,
Bodo: सोनारनाय,
Bangla: পরাধীন, পৰাধীন,
Nepali: निर्भर,
Deori: কুময়, চ্চুলেৰুবা, মিচ্চিয়-কুমহ, মিচ্চিয়না-হায়া
Antonyms:
a. Proper Adj.-Common: independent, স্বতন্ত্ৰ, kangthim, zalen, स्वतन्त्र...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-30
2. (Verbal Adj.) To be maintained or supported for living. পোহপাল দিব লগা বা পালন কৰিব লগা মানুহ ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
3. (Common Noun-Common) a person living in other`s house as a dependent আনৰ ঘৰত বহতীয়া হিছাপে থাকি জীৱন কটোৱা লোক