critic (English) [ IPA: ˈkrɪtɪk ASM: ক্ৰিটিক]
    Contributed by: Sudipta Kumar Gogoi on 2006-07-31
    1. (Common Noun-Common) One who forms and expresses judgments of the merits, faults, value, or truth of a matter যি ব্যক্তিয়ে আন কাৰোবাৰ কামৰ দোষ, গুণ আদিৰ বিচাৰ কৰি নিজৰ ভাৱ প্ৰকাশ কৰে৷