crippledcrisp
crisis (English) [ IPA: ˈkraɪsəs ASM: ক্ৰাইচিচ]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-28
English: crisis,
Assamese: ততৰ, সংকট, সংকটাৱস্থা, হাহাকাৰ, হুৱা-দুৱা,
Nagamese: dukh-somoy,
Deori: তেকহ-কুদুবা
crisis (English) [ IPA: ˈkraɪsəs ASM: ক্ৰাইচিচ]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-28
1. (Abstract Noun) An unstable situation which is difficult to resolve. সহজে সমাধা কৰিব বা পৰিত্ৰাণ পাব নোৱাৰা কোনো অস্থিৰ পৰিস্থিতি।
Assamese: ততৰ, সংকট, সংকটাৱস্থা, হাহাকাৰ, হুৱা-দুৱা,
Nagamese: dukh-somoy,
Deori: তেকহ-কুদুবা