conchconciliatory
conciliate (English) [ IPA: kənˈsɪliːˌeɪt ASM: কনচিলেট]
Contributed by: Partha P Sarmah on 2008-03-23
English: conciliate, reconcile,
Assamese: আপোচ কৰ্, ক্ষোভ দূৰ কৰ্, নিষ্পত্তি কৰ্, বিৰোধ আঁতৰা, মিটমাট কৰ্, মিটা, মীমাংসা কৰ্,
Bodo: गोरोबफिन, रोजोबफिन,
Khasi: iasuk,
Garo: namgrikattaia,
Deori: মিলা
Contributed by: Partha P Sarmah on 2008-03-23
conciliate (English) [ IPA: kənˈsɪliːˌeɪt ASM: কনচিলেট]
Contributed by: Partha P Sarmah on 2008-03-23
1. (Verb-Trans.) to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties. মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷
Assamese: আপোচ কৰ্, ক্ষোভ দূৰ কৰ্, নিষ্পত্তি কৰ্, বিৰোধ আঁতৰা, মিটমাট কৰ্, মিটা, মীমাংসা কৰ্,
Bodo: गोरोबफिन, रोजोबफिन,
Khasi: iasuk,
Garo: namgrikattaia,
Deori: মিলা
Contributed by: Partha P Sarmah on 2008-03-23
2. (Verb-Trans.) to win the goodwill of two opposing parties. বৈৰী ভাৱাপন্ন দুই পক্ষৰ মাজত বেয়া ভাৱ আঁতৰাই ভাল বুজাবুজিৰ সৃষ্টি কৰোৱা৷