clinical (English)
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-09-11
1. Medical Science(Proper Adj.-Neuter) concerned with or based on actual observation and treatment of disease in patients rather than experimentation or theory ৰোগীৰ ওপৰত কৰা প্ৰকৃত পৰ্যবেক্ষণ আৰু ৰোগৰ চিকিৎসাৰ সৈতে জড়িত বা তাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা, পৰীক্ষা-নিৰীক্ষা বা তত্ত্বৰ ওপৰত নহয়৷