Charminarcharming spell
charming (English) [ IPA: ˈtʃɑrmɪŋ ASM: চাৰমিং]
Contributed by: Partha P Sarmah on 2007-04-08
English: charming, fascinating, lovely,
Assamese: কমনীয়, চিত্তৰঞ্জক, চিত্তৰঞ্জন, তিয়ঁহজলীয়া, দিব্যা, বিমোহন, মদিৰ, মনমোহা, মনোজ্ঞ, মনোমুগ্ধকৰ, মনোমোহা, মনোহৰ, মনোহৰা, মনোৰমা, মোহলগা, মৰম-লগা, লাহৰি, সাদৰী, ৰমণীয়, ৰুচিৰ,
Bodo: अनजाथाव, अनसुलि,
Mizo (Lushai): duhawm,
Karbi: langsam,
Dimasa: mjangsisi,
Deori: বাদচি,
TAI-Khamti: mong
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-05
charming (English) [ IPA: ˈtʃɑrmɪŋ ASM: চাৰমিং]
Contributed by: Partha P Sarmah on 2007-04-08
1. (Proper Adj.-Common) very pleasant, attractive or delightful. অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক|
Assamese: কমনীয়, চিত্তৰঞ্জক, চিত্তৰঞ্জন, তিয়ঁহজলীয়া, দিব্যা, বিমোহন, মদিৰ, মনমোহা, মনোজ্ঞ, মনোমুগ্ধকৰ, মনোমোহা, মনোহৰ, মনোহৰা, মনোৰমা, মোহলগা, মৰম-লগা, লাহৰি, সাদৰী, ৰমণীয়, ৰুচিৰ,
Bodo: अनजाथाव, अनसुलि,
Mizo (Lushai): duhawm,
Karbi: langsam,
Dimasa: mjangsisi,
Deori: বাদচি,
TAI-Khamti: mong
Different POS:
a. Abstract Noun: charm, কমনীয়তা, মোহনী, ka jadu, कशिश...Related Idea:
b. Proper Adj.-Common: attractive, impressive, আকৰ্ষক, আকৰ্ষণী, আকৰ্ষণীয়...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-05
2. Hinduism(Verbal Noun) the act of subduing by charm মন্ত্ৰোচ্চাৰণৰ দ্বাৰা বশ বা দমন কৰা কাৰ্য্য