centaur (English) [ IPA: ˈsenˌtɔr ASM: চেন’টৰ]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2007-12-21
    1. (Common Noun-Common &/or Masculine) (in Greek mythology)a creature with a man's head, arm and upper body on a horse's body and legs. গ্ৰীক লোকবিশ্বাস,উপাখ্যান মতে এবিধ মানুহৰূপী ঘোঁৰা বা ঘোঁৰাৰ আকৃতিৰ মানুহ৷ এই জীৱটোৰ শৰীৰ তলৰ ভাগটো ঘোঁৰাৰ দৰে আৰু আগ ভাগটো মানুহৰ দৰে-মানুহৰ মূৰ আৰু বাহু থাকে৷