benefactorbeneficial
beneficent (English) [ IPA: beneficent ASM: বেনিফিচেণ্ট]
Contributed by: Biraj Kumar Kakati on 2008-04-25
English: beneficent, benevolent, well-wisher,
Assamese: কল্যাণকামী, পৰহিতৈষী, পৰোপকাৰী, মঙ্গলকামী, শুভচিন্তক, শুভাকাংক্ষী, শুভানুধ্যায়ী, সজৰথী, হিতকাৰী, হিতকৰ, হিতাকাঙ্ক্ষী, হিতৈষী,
Bodo: अनसुला, दानि
beneficent (English) [ IPA: beneficent ASM: বেনিফিচেণ্ট]
Contributed by: Biraj Kumar Kakati on 2008-04-25
1. (Common Noun-Common &/or Masculine) Someone who shares your feelings or opinions and hopes that you will be successful. মঙ্গল চিন্তা কৰা, লোকৰ ভাল কামনা কৰা ব্যক্তি |