bedregbedrock bedridden (English) [ IPA: ˈbedˌrɪdən ASM: বেডৰিডেন]Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-22 1. (Proper Adj.) confined to bed for illness. বেমাৰ, দুৰ্ঘটনা আদিৰ ফলত শয্যা এৰিব নোৱাৰা অৱস্থা | English: bedridden, Assamese: শয্যাগত, শয্যাশায়ী