backbitebackbone
back-biter (English) [ IPA: ˈbækˈbaɪtər ASM: বেকবাইটাৰ]
alt: backbiter
Contributed by: Biraj Kumar Kakati on 2009-01-03
English: back-biter,
Assamese: কূটনাট, কূটনীয়া কথা, টুটকীয়া কথা, টোটক, লগনিয়াৰ, লগনীয়া কথা,
Dimasa: sijibah, sijilaibah
backbiter (English) [ IPA: backbiter ASM: বেকবাইটাৰ]
alt: back-biter
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-11
English: backbiter, slanderer,
Assamese: কুটনীয়া, কুটস্থ, কুটিল, টুটকীয়া, তল-খুঁচৰীয়া, তাই-লুকীয়া, নাৰদীয়া, পিশুন, লগনীয়া, লগনীয়া-ভগনীয়া, সূচক,
Bodo: नामथांहोग्रा, बुंखोमाग्रा
back-biter (English) [ IPA: ˈbækˈbaɪtər ASM: বেকবাইটাৰ]
alt: backbiter
Contributed by: Biraj Kumar Kakati on 2009-01-03
1. (Verbal Noun) Spiteful talk about a person who is not present. লোকৰ অহিত চিন্তা কৰি অইন মানুহৰ আগত লগাই কোৱা কথা ।
Assamese: কূটনাট, কূটনীয়া কথা, টুটকীয়া কথা, টোটক, লগনিয়াৰ, লগনীয়া কথা,
Dimasa: sijibah, sijilaibah
backbiter (English) [ IPA: backbiter ASM: বেকবাইটাৰ]
alt: back-biter
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-11
2. (Proper Adj.-Common &/or Masculine) one who talks spitefully about a person who is not present আগত নথকা মানুহৰ অহিতে কথা কোৱা ।