authorities (English) [ IPA: əˈθɑrətiːz ASM: অথ’ৰিটিজ]
    1. (Abstract Noun)
    [a] the function of a political state in exercising its governmental duties.
    [b] the management of any office, business, or organization (ক) চৰকাৰী কাম-কাজ চলোৱাৰ বাবে এখন ৰাষ্ট্ৰৰ কাৰ্য্যকলাপ (খ) কোনো কাৰ্য্যালয়, ব্যৱসায় বা প্ৰতিষ্ঠানৰ পৰিচালক গোষ্ঠী