Rupak (English) [ IPA: rupak ASM: ৰূপক]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2008-07-27
    1. Music(Proper Noun-Neuter) a tal of seven beats used in Indian music. ভাৰতীয় উচ্চাংগ আৰু লঘু সংগীতত ব্যৱহাৰ হোৱা সাত মাত্ৰাৰ এবিধ তাল৷ ইয়াৰ ঠেকাঃ তি তি না৷ ধী না৷ ধী না৷ তিনিটা বিভাগ, প্ৰথম বিভাগত তিনি মাত্ৰা আৰু শেহৰ দুটাত দুই মাত্ৰাৰ বোল থাকে৷
    English:
    Assamese: