Genomicgenre
Genomics (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2021-01-27
Genomics (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2021-01-27
1. Biology(Abstract Noun) the branch of molecular biology concerned with the study of genomes, specifically the identification and sequencing of the genes
জিনমৰ বিষয়ে অধ্যয়ন কৰা আণৱিক জীৱবিজ্ঞানৰ এক শাখা, য`ত বিশেষকৈ জিনবোৰ চিনাক্ত কৰি তাৰ শৃংখলসমূহ নিৰূপণ কৰা হয়৷