disprovedisputatious
Dispur (English) [ IPA: Dispur ASM: দিছপুৰ]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-02-18
Dispur (English) [ IPA: Dispur ASM: দিছপুৰ]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-02-18
1. (Abstract Noun) This is the name of a place inside Guwahati city which is the capital of the state of Assam অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এখন চহৰ৷ ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে৷ অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত৷